মা মনসা কম্পিউটাৰ বিজ্ঞানৰ কেন্দ্ৰ
1st semester Advance Diploma in Computer Application Final exam.
October 2021 batch.
Powered by E-Max education
Understanding by CGI
An ISO 9001:2015 certified computer mini institution.
Teaching language: Assamese/Hindi Both
Only typing, Writing and Exam will be write down in English..
For student comfortable we are not use any other language like English...
প্ৰথম ষান্মাসিক Advance Diploma in Computer Application ফাইনেল পৰীক্ষাৰ কিছু মূহুৰ্ত।
অক্টোবৰ ২০২১ চনৰ বেটছ।
সহযোগ কৰিছে E-Max education
আমাৰ কেন্দ্ৰ কাম সমূহ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আৰু ISO ৯০০১:২০১৫ certified কৰা আছে।
বিশেষ জাননী: বহুতো শিক্ষা কেন্দ্ৰত কেৱল ইংৰাজী ভাষাতেই বুজোৱা হয় যদিও তাৰ জৰিয়তে সকলোৱে সঠিক ভাষা বুজিব নোৱাৰে কাৰণে বহুত অভিজ্ঞতা আৰু জ্ঞান অৰ্জন কৰাত ছাত্ৰ ছাত্ৰী সকলে অসুবিধাৰ সন্মুখীন হব লগীয়া হয়। সেয়েহে আমি কেৱল ঘৰুৱা ভাষা/অসমীয়া/হিন্দী যাতে ছাত্ৰ ছাত্ৰী সকলে সহজে বুজি পায় তাৰ প্ৰতি লক্ষ্য কৰি, সকলো পাঠ্যক্ৰম সমূহ আমি বুজাই দিও। লিখিব আৰু শিকিব কেৱল ইংলিছ অতে লাগিব যদিও যাতে ছাত্ৰ ছাত্ৰী সকলে খোলা খুলি কৈ বুজি নিজৰ অভিজ্ঞতাৰে বুজি উঠিব পাৰে তাৰ কাৰণে যোৰ দিয়া হৈছে।
নতুন নাম ভৰ্তি আৰম্ভ কৰিম আমি কেৱল দশম আৰু ১২ ৰ ফলাফল ৰ কাৰণে ৰখি আছোঁ।
আমাৰ কেন্দ্ৰ আছে: কোকৰাঝাৰৰ ডিমল গাওঁত,
সৰু কৰি প্ৰচেষ্টা মাত্ৰ কৰিব খুজিছোঁ ছাত্ৰ ছাত্ৰী সকলৰ উজ্বল ভৱিষ্যতৰ কাৰণে।
কেন্দ্ৰ আমাৰ ডাঙৰ নহলেও সকলো খিনি শিক্ষা আমি মনৰ পৰা প্ৰদান কৰি শিশু সকলক আইগুৱাই যাব সহায় কাৰণে আগবাঢ়িছো।
বাকি তথ্য আপোনালোকে page পাব।
ধন্যবাদ।
উক্ত ফৰ্মখনৰ জৰিয়তে আপুনি আপোনাৰ সন্তান/ অথবা তোমালোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব:
https://www.emaxindia.in/exampanel/admission_form.php?cid=Y2VudGVyXzI0MzNfaWQ%3D
#ComputerCenterNearDimalgaon

